in Assamese by (3.8k points)
মঙ্গল উৰুলি কি ? বহাগীৰ বিয়াত কোনে মঙ্গল উৰুলি দিছিল ?

1 Answer

0 votes
by (17.6k points)
 
Best answer
মঙ্গল উৰুলি হ'ল— কোনো শুভকামত মহিলাসকলে জিভা লৰাই মুখেৰে বায়ু নিৰ্গত কৰি দিয়া মঙ্গলসূচক ধ্বনি। বহাগীৰ বিয়াত ফেঁচু চৰায়ে মঙ্গল উৰুলি দিছিল।
...