in Assamese by (3.8k points)
বহাগীৰ বিয়াত জোৰোণ পিন্ধাবলৈ কোনে সাজি-কাচি আহিছিল ?

1 Answer

0 votes
by (17.6k points)
 
Best answer
বহাগীৰ বিয়াত জোৰোণ পিন্ধাবলৈ পাট মাদৈ সাজি- কাচি আহিছিল।
...