in Assamese by (3.8k points)
ৰঘুনাথ চৌধাৰীদেৱ কি কৰি বুলি খ্যাত ? তেওঁক এই আখ্যা কিয় দিয়া হৈছে ?

1 Answer

0 votes
by (17.6k points)
 
Best answer

ৰঘুনাথ চৌধাৰীদেৱ “বিহগী কবি” বুলি খ্যাত।

চৌধাৰীদেৱে চৰাইক বিষয় বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি বুলি আখ্যা দিয়া হৈছে।

...