ৰঘুনাথ চৌধাৰীদেৱ “বিহগী কবি” বুলি খ্যাত।চৌধাৰীদেৱে চৰাইক বিষয় বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি বুলি আখ্যা দিয়া হৈছে।